APDCL ৰ সিধান্ত বিৰুদ্ধে গৰজি উঠিল শিৱসাগৰত ই-ৰিক্সা চালক |

শিৱসাগৰত APDCL ৰ বিৰুদ্ধে গৰজি উঠিল ই-ৰিক্সা চালকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২.৩০ পইচা বৃদ্ধি কৰাত ক্ষোভ প্ৰকাশ কৰিছে | কোনোপধ্যেই বৰ্ধিত নিৰিখত বিদ্যুৎ মাচুল নভৰে ই ৰিক্সা চালকে |  চৰকাৰৰ এনে হঠকাৰী সিধান্তক এক মুখে ধিক্কাৰ চালক সকলৰ | বিষয়টো পুণৰ বিবেচনা কৰি ৰাইজক সকাহ দিবৰ বাবে আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ |