শিৱসাগৰত ৰন্ধন কৰ্মী সকলৰ প্ৰতিবাদ |

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰত ৰন্ধন কৰ্মী সকলে বিক্ষোভ কাৰ্য্যসুচী ৰূপায়ণ কৰে |  মধ্যাহ্ন আচঁনি ব্যক্তিগত কৰণৰ সিধান্ত ৰোধ কৰা আৰু অনাদায় বাকেয় প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ | বিদ্যালয়ৰ পৰিদৰ্শক কাৰ্য্যলয়ৰ সন্মুখত এই প্ৰতিবাদ | শতাধিক প্ৰতিবাদ কাৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদত |