শেহতীয়াকৈ মাজুলীত শিশু অপহৰণ তথা বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনা মাজুলী জিলা সমিতিয়ে। বীৰ লাচিত সেনা মাজুলী জিলা সমিতিৰ এক কাৰ্যনিৰ্বাহ সভা জেংৰাইমুখ পৰিদৰ্শন বাংলাত অনুষ্ঠিত সভাত মাজুলীৰ শেহতীয়া বিভিন্ন পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। এই সভাত লোৱা প্ৰস্তাৱ অনুসৰি এটা সপ্তাহৰ ভিতৰত মাজুলীত সংঘটিত হোৱা শিশু অপহৰণ তথা বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা,মাজুলীৰ বাহিৰৰ পৰা অহা শ্ৰমিকসকলৰ ওপৰত তথ্য সংগ্ৰহ কৰা আৰু আৰক্ষী প্ৰশাসনৰ নিয়মীয়া পেট্ৰলিং তথা মাজুলীৰ প্ৰতিটো গাঁওৰক্ষী বাহিনী লোকক সক্ৰিয় কৰা আদি তিনিটা দাবী সম্বলিত স্মাৰক পত্ৰ জেংৰাইমুখ আৰক্ষী বিষয়াৰ হাতত প্ৰদান কৰে। এই কাৰ্যসূচী বীৰ লাচিত সেনা মাজুলী জিলা সমিতিৰ সভাপতি বিনোদ দলে আৰু সম্পাদক সঞ্জিত অসম বৰাৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Asian Games: भारत को दो पदक, Neeraj Chopra को Gold और Kishore Jena को मिला Silver Medal | ABPLIVE
Asian Games: भारत को दो पदक, Neeraj Chopra को Gold और Kishore Jena को मिला Silver Medal | ABPLIVE
Breaking: Election से पहले जेल से रिहा हुए Dhananjay Singh, पत्नी के लिए Jaunpur में करेंगे प्रचार
Breaking: Election से पहले जेल से रिहा हुए Dhananjay Singh, पत्नी के लिए Jaunpur में करेंगे प्रचार
कांग्रेस MLA चांदना ने दी शिक्षा मंत्री दिलावर को चेतावनी, कहा- संभल जाओ, कहीं आपका ही DNA न चेक कर दें
कोटा। शिक्षा मंत्री मदन दिलावर डीएनए टेस्ट वाला बयान देकर मुसीबत में फंस गए हैं। पिछले दिनों भारत...
MCN NEWS| वैजापूर उपजिल्हा रुग्णालयात राष्ट्रीय सिकलसेल ऍनिमिया निर्मूलन केंद्राचे उदघाटन
MCN NEWS| वैजापूर उपजिल्हा रुग्णालयात राष्ट्रीय सिकलसेल ऍनिमिया निर्मूलन केंद्राचे उदघाटन
મહુવા 99 વિધાનસભામાં કોનુ પલ્લુ ભારે જોવો આ વિડીયો મા
મહુવા 99 વિધાનસભામાં કોનુ પલ્લુ ભારે જોવો આ વિડીયો મા