হোজাইৰ যমুনামুখত কবৰ খান্দি উলিওৱা হৈছে এগৰাকী শিক্ষকৰ মৃতদেহ।

যমুনামুখৰ বিন্নাকান্দি হাইস্কুলৰ প্ৰধান শিক্ষক নজৰুল ইছলাম লস্কৰৰ মৃতদেহটো।

যোৱা ২৩ আগষ্টৰ নিশা শিক্ষক গৰাকীৰ হৃদয়ক্ৰিয়া বন্ধ‌ হৈ আকস্মিক মৃত্যু ঘটে।