মাজুলীত তিনিদিনীয়াকৈ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস পালনৰ আয়োজন .

৮ ছেপ্তেম্বৰত মাজুলী জিলাৰ প্ৰতিষ্ঠা দিন 

৬ ছেপ্তেম্বৰৰ পৰা তিনিদীনিয়াকৈ  পালন হব মাজুলী দিৱস ৷ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সভা 

প্ৰতিখন গাঁৱৰ নামঘৰত বন্তি প্ৰজ্বলিত কৰি জিলা খনৰ মংগল কামনা কৰি  শৰাই দিয়াৰ আহ্বান জিলা উপায়ুক্তৰ ৷

বিদ্যালয় সমুহতো খেলাধুলাৰ দৰে কাৰ্যসূচী গ্ৰহণৰ আহ্বান