সোণাৰিত জঘন্য হত্যাকাণ্ড। পত্নীক হত্যা কৰিলে পতিয়ে।

সোণাৰিৰ ভজো বগৰীগুৰীৰ জাকিৰ হুচেইনে পৰিকল্পিতভাৱে হত্যা কৰি ঘৰৰ পাছফালৰ পুখুৰীত পেলায় থলে পত্নী মমিনা বেগমক।

নিশাই হত্যা কৰি পুখুৰীত পেলায় থোৱাৰ অভিযোগ।

পৰকীয়া প্ৰেমৰ বাবেই সৃষ্টি হোৱা ঘৰুৱা কন্দলৰ পৰিণতিত এই হত্যাকাণ্ডৰ অভিযোগ স্থানীয় ৰাইজৰ।

ঘটনাস্থলীত উপস্থিত হৈ সোণাৰি আৰক্ষীয়ে আটক কৰিলে জাকিৰক।