কা' কিয় বিৰোধিতা কৰিব লাগে সেই বিষয়ে বিজেপিক বুজনি দিবলৈ বিজেপিত যোগদান অসম জাতীয় পৰিষদৰ মাহমৰা সমষ্টিৰ সভাপতি অৱনী বৰুৱাৰ। অজাপত জন্ম লগ্নৰে পৰা সক্ৰীয় কৰ্মী আৰু কা ৰ বিৰোধিতা কৰি আহিছিল অৱনী বৰুৱাই। যোৱা কালি মাহমৰা সমষ্টিৰ কচুমাৰিত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰি অৱনী বৰুৱাই লগতে কয় অজাপৰ জিলা পৰ্যায় আৰু সমষ্টি পৰ্যায়ৰ কৰ্মী সকলৰ কৰ্মকাণ্ডৰ অস্বস্তিত পৰাৰ বাবে যোগদান কৰে বিজেপিত।
কা' কিয় নালাগে!এইবাৰ বিজেপিক বুজাব সদ্য গেৰুৱা বসন পিন্ধা অজাপৰ মাহমৰা সমষ্টিৰ প্ৰাক্তন সভাপতি অৱনী বৰুৱাই
