মাহমৰা সমষ্টিৰ অসম জাতীয় পৰিষদত খহনীয়া।

মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ নেতা কৰ্মীয়ে যোগদান কৰিলে বিজেপিত । মাহমৰাৰ মিলন গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান কাৰ্যসূচীত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰিলে অসম জাতীয় পৰিষদৰ মাহমৰা সমষ্টিৰ সভাপতি অৱনী বৰুৱাই। ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি অৱনী বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।