মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত জম্বুদচুকৰ নিৱাসী নন্দেশ্বৰ টাইদৰ গৃহত গাঁৱৰে ৰমিন নৰহে অগ্নীসংযোগ কৰে ৷ 

ঘৰত মানুহ নথকাৰ সুযোগত ৰমেনে জ্বলাই আৱাস গৃহ , জ্বলী নিশেষ হয় গৃহ সহ ঘৰৰ সকলো আচ-বাব ৷ আৰক্ষীয়ে লৈ যায় ৰমেনক ৷  কিন্তু কিয়  জ্বলাইছিল শুনিক নিজ মুখেৰেই ৷