হঠাৎ অসুস্থ হৈ পৰিল শিৱসাগৰ বিধায়কৰ অখিল গগৈৰ মাতৃ |
গুৰুত্বভাৱে ভাৱে অসুস্থ ৰাইজৰ দ’লৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মাতৃ প্ৰিয়দা গগৈ | মধুমেহ ৰোগত আক্ৰান্ত হৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ICU ভৰ্ত্তি হৈ আছে ৮৭ বছৰীয়া প্ৰিয়দা গগৈ | এদল বিশেষজ্ঞ চিকিৎসকৰ পৰ্য্যবেশনত আছে অখিল গগৈ মাতৃ |