# খাকি পোচাক ত কলা দাগ 

# এগৰাকী ব্লেক মেইলাৰ আৰক্ষী এতিয়া আৰক্ষীৰেই আলহী হল 

# খাৰুপেটীয়া অ ' চি উৎপল বৰা গ্ৰেপ্তাৰ 

# ভুৱা গোচৰ জাপি দি সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ লগতে বহু দিনৰ পৰা ধন দাবী কৰি আহিছে বিষয়া গৰাকীয়ে

# দৰঙৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত ।বিষয়া হৈ থাকোতে এগৰাকী চিকিৎসা ক আৰু শিক্ষকক JJM আঁচনিৰ পাইপ চুৰি কৰা ভুৱা কেচত গ্ৰেপ্তাৰ কৰাৰ লগতে 5 লাখ টকা দাবী কৰিছিল প্ৰায় এমাহ আগতে বিষয়া গৰাকীয়ে 

# চিকিৎসক আৰু শিক্ষক ক গৰাকীয়ে উচ্চ আৰক্ষী বিষয়াক সকলো কথা অৱগত কৰাত অসম আৰক্ষীয়ে গোপনে তদন্ত আৰম্ভ কৰিছিল উৎপল বৰাৰ বিৰুদ্ধে 

# উৎপল বৰাৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ লাভ কৰাত দৰঙ আৰক্ষীয়ে আটক কৰে বিষয়া গৰাকীক ইতিমধ্যে মঙ্গলদৈ থানা ত সোধাপোচা অব্যাহত ৰাখিছে 

# 148 /22 ধাৰা অধীনত গ্ৰেপ্তাৰ কৰে অ 'চি উৎপল বৰাক

# মাটিৰ দালালৰ লগত হলি গলি , লগতে দুবাৰকৈ বিদেশ ভ্ৰমণ , বিলাসী গাড়ী অগাধ সম্পত্তিৰ গৰাকী বুলি অভিযোগ কৰিছে একাংশ ই 

# ইতিমধ্যে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে 

# অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ এনে কুকৰ্মই সকলোকে স্তম্ভিত কৰিছে