আজি অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিস্থাপক প্ৰয়াত হৰিনাৰায়ন বৰুৱা মৃত্যু তিথি ।বিশিষ্ট্ ব্যক্তি জনাৰ আজি ডিব্ৰুগড় জিলাৰ মৰানৰ আৰক্ষী বাহিনীৰ চৌহদত থকা গাওঁৰক্ষী বাহিনীৰ ভৱনত অনুস্থিত কৰাহয় মৰান আৰক্ষী থানাৰ অন্তৰ্গগ সকলো গাওঁ ৰক্ষী বাহিনীৰ সদস্য উপস্থিত থকা অনুস্থানটিত স্মৃতিতৰ্পন কৰে মৰান আৰক্ষী থানাৰ বিষয়া বিজয় দৈমাৰীয়ে । ইয়াৰ পিছত অনুস্থিত হোৱা কাৰ্য্যসূচী সমুহত মৰানৰ বিধায়ক।চক্ৰধৰ গগৈৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়া ,গাওঁৰক্ষী বাহিনীৰ জিলা বিষয়ববীয়া উপস্থিত থাকি প্ৰয়াত হৰিনাৰায়নবৰুৱাৰ অৱদানৰ বিষয়ে আলোকপাত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
टेस्ट ट्यूब बेबी सेंटरमध्ये वंध्यत्वावर मोफत तपासणी
रत्नागिरी,( वा.) कोकणातील अत्याधुनिक रत्नागिरी टेस्ट ट्यूब बेबी अॅन्ड रिसर्च...
Google ने Samsung के दो पॉपुलर एप्स को गलती से बताया खतरनाक, जानें पूरी वजह
Google Play Protect ने Messages और Wallet को लेकर सैमसंग के फोन पर वार्निंग भेजनी शुरू कर दी थी...
હિંમતનગર: લોકસભા ચૂંટણી| સાબરકાંઠા: નોડલ અધિકારીશ્રીઓની બેઠક યોજાઇ| Sabarkantha News | Himmatnagar
હિંમતનગર: લોકસભા ચૂંટણી| સાબરકાંઠા: નોડલ અધિકારીશ્રીઓની બેઠક યોજાઇ| Sabarkantha News | Himmatnagar
સંપૂર્ણ ફેમિલી પેકેજ એન્ટરટેઈનમેન્ટ ગુજરાતી ફિલ્મ ઉડન છૂ..આવો જાણીએ તેનો રિવ્યુ
થોડાં સમય પહેલાં જ ગુજરાતમાં એક ઘટના બની હતી કે વેવાઈ અને વેવાણ ભાગી ગયા. આ જ કિસ્સાના આધારે જ 6...
जिल्हा परिषदेमध्ये खाद्यपदार्थांची विक्री व प्रदर्शनाचे आयोजन
सिंधुदुर्गनगरी प्रतिनिधी
दिवाळी सणाच्या निमित्त साधून उमेद- महाराष्ट्र राज्य ग्रामीण...