আজিৰ আকাশত দেখা গ’ল এক দৃষ্টিনন্দন দৃশ্য

আকাশত পুৱাই ব্যক্তিক্ৰমী দৃশ্য ৷ সূৰ্য্য চাৰিওকাষে দেখা গ’ল দৃষ্টিনন্দন দৃশ্য | 

বিভিন্নজনে চালে ক’লা চশমা পৰিধান কৰি ৷ কোনোৱে চালে এক্সৰে প্লেটৰ সহায়ত |  

ৰামধেনু বলয় সদৃশ ঘূৰণীয়া এই দৃশ্য দেখি স্বাভাবিকতে কৌতূহলৰ সৃষ্টি হৈছে ৰাইজৰ মাজত