মাহমৰা প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত আমাৰ অতিথি শিতানত কেবিনেট মন্ত্ৰী যোগেন মহন

মাহমৰা প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈ থকা *আমাৰ অতিথি* শিতানত যোৱাকালি উপস্থিত থাকে মন্ত্ৰী যোগেন মহন । কেবিনেট মন্ত্ৰী যোগেন মহনে সাংবাদিক বন্ধু সকলৰ সৈতে অসমৰ বৰ্তমানৰ বিভিন্ন সমস্যা সন্দৰ্ভত মতবিনিময় কৰে ।