নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত চৰকাৰী কৰ্মচাৰী সকলে দীৰ্ঘ দিনে কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। যদিওঁ চৰকাৰে কোনো সঁহাৰি নিদিয়াৰ ফলত আজি পুণৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বালিপৰাতো বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলে কলা বেজ পৰিধান কৰি কৰ্ম বিৰতিৰে বহি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। NPS বাতিল কৰি OPS বাহাল ৰখাৰ দাবী উত্থাপন কৰিছে এই সকল কৰ্মচাৰীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડેભારી ગામની ક્રેડિટ સોસાયટીમાં લાખોનું ઉચાપત કેસમાં ૩ આરોપીની ધરપકડ કરતી લોકલ ક્રાઇમ બ્રાન્ચ...
વિરપુર તાલુકાના ડેભારી ગામે ક્રેડિટ સોસાયટીમાં ઉચાપત કરનાર ત્રણ જેટલા ઈસમોને ગણતરી કલાકોમાં ઝડપી...
આજે ડીસા ખાતે કચ્છ પ્રજાપતિ સમાજનો નવમો વિદ્યાર્થી સન્માન સમારોહ યોજાયો હતો જેમાં પ્રજાપતિ
આજે ડીસા ખાતે કચ્છ પ્રજાપતિ સમાજનો નવમો વિદ્યાર્થી સન્માન સમારોહ યોજાયો હતો જેમાં પ્રજાપતિ
आवारा एवं निराश्रित नर गौवंश के संरक्षण को लेकर बैठक सम्पन्न
बूंदी आवारा एवं निराश्रित नर गोवंश के संरक्षण को लेकर मंगलवार को जिला कलक्टर अक्षय गोदारा की...
बंगाल में भाजपा कार्यकर्ता की हत्या:पिता बोले- TMC नेताओं ने बेटे को धमकी दी थी; भाजपा बोली- ममता का खूनी शासन खत्म करेंगे
पश्चिम बंगाल में साउथ 24 परगना में भाजपा ऑफिस में काम करने वाले पार्टी कार्यकर्ता की हत्या कर दी...