নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত সাগৰকুছি নিবাসী মহেশ বৰুৱা আৰু ৰীতা বৰুৱাৰ জিয়ৰি চৈধ্য বছৰীয়া মেঘালী বৰুৱাৰ মৃত্যুৰ পিচত কিশোৰী গৰাকীৰ পিতৃয়ে মৃতদেহক সাৱতি কান্দোনত ভাঙি পৰিছে৷উক্ত দৃশ্যই সকলো ৰাইজকে শোকাবিহ্বল কৰি তুলিছে৷উল্লেখযোগ্য যে মৃত কিশোৰী গৰাকী এমাহ ধৰি জি এম চিত চিকিৎসাধীন হৈ থকাৰ পিচত দেওবাৰে মৃত্যুক সাৱতি লয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পুনৰ হস্তনিৰ্মিত বন্দুক উদ্ধাৰ
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পুনৰ হস্তনিৰ্মিত বন্দুক উদ্ধাৰ| ৰাষ্ট্ৰীয় উদ্যানত চাৰি জনকৈ...
July 2024 में Honda ने शुरू किया Magical Monsoon कैंपेन, मिल रहा Switzerland जाने का मौका
जापानी कार निर्माता Honda Cars भारतीय बाजार में कॉम्पैक्ट सेडान मिड साइज सेडान और...
বৰখালাত অসম আয়ুৰ্বেদিক প্ৰডাক্টৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ
নলবাৰী জিলাৰ বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱ প্ৰাংগনত আজি অসম আয়ুৰ্বেদিক প্ৰডাক্টৰ উদ্যোগত আৰু...
Arvind Kejriwal के Arrest के बाद Delhi Police ने क्या एक्शन लिया?
Arvind Kejriwal के Arrest के बाद Delhi Police ने क्या एक्शन लिया?