অসম যুুৱ অলিম্পিকত ধেমাজি জিলাৰ গোগামুখৰ আবিৰ শঙ্কৰ ডেকাবৰুৱাই সমৰকলা “টাংচুডো“ খেলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ যুৱ অলিম্পিকত এইবাৰ নতুনকৈ অন্তভুৰ্ক্ত হোৱা "টাংচুডো“ সমৰকলাত উন্নত খেল প্ৰদশৰ্নৰে পদক আজুৰি অনা আবিৰ শঙ্কৰ ধেমাজি জিলাৰ গোগামুখৰ গৌৰী শঙ্কৰ ডেকাবৰুৱা আৰু জোনমনি ডেকাবৰুৱাৰ জেষ্ঠ্য পুত্ৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
নাৰায়ণপুৰত অগ্নিবীৰ প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকক সম্বদ্ধনা
১০৯ নং বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ দক্ষতা বিকাশ সমিতিৰ উদ্যোগত ভাৰত চৰকাৰৰ অগ্নিপথ...
તલાટી કમ મંત્રીઓના અચોક્કસ મુદતના આંદોલનને લઇ ગ્રામીણ વિસ્તારમાં અરજદારોને મુશ્કેલીઓ
કલ્યાણપુર તાલુકાના તલાટી કમ મંત્રીઓના અચોક્કસ મુદતના આંદોલનને લઇ ગ્રામીણ વિસ્તારમાં અરજદારોને...
દહેગામ થી નેરુ ચોકડી નજીક બન્યો બનાવ | SatyaNirbhay News Channel
દહેગામ થી નેરુ ચોકડી નજીક બન્યો બનાવ | SatyaNirbhay News Channel