তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি অঞ্চলৰ বান খহনীয়া ৰোধৰ দাবীত, ভূমিপুত্ৰ ভূমিহীন লোকক পুনৰ সংস্থাপন প্ৰদানৰ দাবীত আৰু ২৪ টা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন শীঘ্ৰে প্ৰদান কৰাৰ দাবীত অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদৰ আঞ্চলিক সমিতিয়ে বিশাল প্ৰতিবাদী জনজাগৰন সভা আয়োজন কৰিছে। স্থানীয় ৰাইজে বিষয় কেইটাৰ সন্দৰ্ভত চৰকাৰে গুৰুত্ব নিদিয়াত আক্ষেপ প্ৰকাশ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Appendix: What Are Symptoms of Appendicitis? | Appendicitis Treatment (In Hindi) | Practo
Appendix: What Are Symptoms of Appendicitis? | Appendicitis Treatment (In Hindi) | Practo
પીંડારા ગામે પાંડવોના વખતથી દર વર્ષે યોજાતો પરંપરાગત મલ કુસ્તી મેળો 27 ઓગસ્ટના રોજ યોજાશે
પીંડારા ગામે પાંડવોના વખતથી દર વર્ષે યોજાતો પરંપરાગત મલ કુસ્તી મેળો 27 ઓગસ્ટના રોજ યોજાશે