ৰুক্মিণী গাওঁত কৃত্ৰিম বানৰ সমস্যাৰ সমাধান বিচাৰি তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদ কৰিলে ৰুক্মিণী গাওঁৰ একাংশ ভূক্তভোগী ৰাইজে। কৃত্ৰিম বানক লৈ নাজল নাচল অৱস্থা গুৱাহাটী মহানগৰীত। বানৰ লগত সংগ্ৰাম কৰিব লগীয়া হৈছে ৰুক্মিনীগাঁও, হাতীগাঁও, বেলতলা গাঁও বাসীয়ে। কিনকিনিয়া এজাক বৰুষুণতেই একাঠু পৰ্যন্ত পানী হয় গুৱাহাটীৰ স্মাৰ্ট চিটিত। কৃত্ৰিম বানৰ সমস্যাৰ সমাধান বিচাৰি GMC ৰ আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગારીયાધાર ના પરવડી ખાતે ગાળા ગાળી બાબતે માર મારવાની ઘટના સામે આવી
ગારીયાધાર ના પરવડી ખાતે ગાળા ગાળી બાબતે માર મારવાની ઘટના સામે આવી
બિપરજોય વાવાઝોડા બાદ ધાનેરા તાલુકાની હાલત દયનીય બની!
બિપરજાેય વાવઝોડા બાદ ધાનેરા તાલુકાની હાલત દયનીય બની !
ધાનેરા તાલુકામાં અણધાર્યા પાણીએ...
સ્વ: મિતેશભાઈ જવાનજી ભાદરીયા ની યાદ માં આલાપ Singer- Sukhdev yogiraj
સ્વ: મિતેશભાઈ જવાનજી ભાદરીયા ની યાદ માં આલાપ Singer- Sukhdev yogiraj
মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ এটি বৰগীত পৰিৱেশন কৰে মাজুলীৰ এগৰাকী স্বনামধন্য কণ্ঠশিল্পী মালতী ভূঞাই....
মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ এটি বৰগীত পৰিৱেশন কৰে মাজুলীৰ এগৰাকী স্বনামধন্য কণ্ঠশিল্পী মালতী ভূঞাই....