মহানগৰীৰ চিলনী চোৰৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ তীব্ৰ অভিযান৷ অভিযানকালত ছয়মাইলৰ পৰা কৰায়ত্ব দুই চিলনী চোৰ৷ ধৃত চোৰ দুটা বিকাশ বড়ো আৰু মাধূৰ্য্য ভূঞা৷ দুই চিলনী চোৰৰ ঘৰ মহানগৰীৰ দিছপুৰ সৰুমতৰীয়াত৷ নম্বৰপ্লেটবিহীন এখন স্কুটিৰে গণেশগুৰি দিশে আহি আছিল দুই চিলনী চোৰ৷ চোৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা মোবাইলফোনসহ কিছুপৰিমাণৰ গাঞ্জা৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
স্বৰ্গীয় চক্ৰজিৎ মহন্ত সোঁৱৰণী ১৬ বছৰ অনুৰ্ধ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা শুভাৰম্ভ।
স্বৰ্গীয় চক্ৰজিৎ মহন্ত সোঁৱৰণী ১৬ বছৰ অনুৰ্ধ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা শুভাৰম্ভ।
ડીસા બસ સ્ટેન્ડમાંથી અજાણ્યા ઈસમની લાશ મળી આવતાં ચકચાર
બનાસકાંઠા જીલ્લાની આર્થીક નગરી ડીસા સહેરના નવાબસ્ટેન્ડ ના ધાબા પર ગળે ફાંસો ખાધેલી...
बरवन ग्राम के प्राथमिक पाठशाला में स्थित आंगनवाड़ी केंद्र में जमकर हो रही है धांधली जहां समूह
बरवन ग्राम के प्राथमिक पाठशाला में स्थित आंगनवाड़ी केंद्र में जमकर हो रही है धांधली जहां समूह
AMBAJI/સરકારી અધિકારીઓ ની સેવાભાવના
સરકારી અધિકારીઓની સેવાભાવનાઃ
હડાદ રોડ પર પદયાત્રીને ટક્કર વાગતા નાયબ જિલ્લા વિકાસ અધિકારી...