ৰাজ্যৰ ড০ হিমন্ত বিশ্বশৰ্মাৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত ভূমি ৰেকৰ্ডছ কৰ্মচাৰীৰ নতুন সেৱা নিয়ম, সৌৰ শক্তি স্থাপনেৰে সেউজ শক্তি খণ্ডলৈ উদগনি, পঞ্জীয়ন মাচুল যুক্তিসংগতকৰণ, মৃত চৰকাৰী কৰ্মচাৰীৰ আত্মীয়ক সকাহ, চিকিৎসালয়লৈ বিনামূলীয়া ঔষধকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
