জয়পাল পাৰৰ উদীয়মান যুৱকযুৱতীসকলৰ উমৈ হতীয়া মঞ্চ জয়পাল যুৱক সংঘই অঞ্চলটোৰ কৃতিমান ছাত্ৰ ছাত্ৰী সকলক' স্বাধীনতা দিৱস উপলক্ষে জনালে অভিন্দন । ২৭গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক যুৱক সংঘৰ তৰফৰ পৰা মানপত্ৰ ফুলাম গামোচা গন্থ আদিৰে অভিনন্দন জনোৱা হয় ।গাওঁখনৰেই সচেতন ব্যক্তি তথা ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰামচন্দ্ৰ ডেকাই সঞ্চালনা কৰা সভাখন উদ্ধোধন কৰে দৰঙী কলাকৃষ্ট্ৰি উন্নয়ন সংঘৰ সভাপতি"কুলেন্দ্ৰ নাথ ডেকাই " । জয়পাল যুৱক সংঘৰ সভাপতি ৰেজাউল হক আৰু ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক ইকবাল ৰছিদে আঁত ধৰা গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অৱসৰী অধ্যাপিকা মিনতি বৰঠাকুৰ ।আনহাতে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক শশাংক হাজৰিকা , ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ আব্দুল লতিফ, জয়পাল যুৱক সংঘৰ উপদেষ্টা আৰজেদ হুছেইন চহৰীয়াৰ লগতে বহু কেইগৰাকী সমাজৰ নেতৃস্থানীয় ব্যক্তি সভাখনত উপস্থিত থাকে । সম্বৰ্ধনা সভাৰ আগতে ৰাতিপুৱাৰ ভাগত শ্বহীদক স্মৰণ , বৃক্ষ ৰোপন, ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগীতাও অনুষ্ঠিত কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કરુણા એનિમલ એમ્બ્યુન્સ ૧૯૬૨ને ૬ વર્ષમાં ૧૬૦૦૬ પશુ-પક્ષીઓને નિઃશુલ્ક સારવાર અપાઈ
પશુપાલન વિભાગ ગુજરાત રાજ્ય અને ઈ.એમ.આર.આઇ.ગ્રીન હેલ્થ સર્વિસની સંયુક્ત ઉપક્રમે સાબરકાંઠાના...
11 घंटे से रेस्क्यू ऑपरेशन जारी, 1875 फीट नीचे लिफ्ट में फंसे 3 को बाहर निकाला, 11 अब भी बाकी
राजस्थान के झुंझुनूं जिले में मंगलवार रात हिंदुस्तान कॉपर लिमिटेड की कोलिहान खदान में बड़ा हादसा...
મોરબી ઝુલતાપુલ તૂટી પડવા ના મામલે દાહોદ જિલ્લામાંથી ત્રણ ની અટકાયત કરવામાં આવી
મોરબીના મચ્છુ નદી ઉપરના ઝૂલતા પુલ ધરાશાયી થવાથી ૧૩૪ થી વધુનો ભોગ લેનાર હૃદય કંપાવનારી ગોઝારી...
साडेतीन शक्तिपीठांपैकी तिसरं पीठ तुळजापूर
साडेतीन शक्तिपीठांपैकी तिसरं पीठ तुळजापूर | Tuljabhavani Temple