ঢকুৱাখনা আদালতৰ লকাপৰ পৰা পলায়ন কৰা দুধৰ্ষ অপৰাধী গেৰজাইৰ মৃত্যু। এতিয়াও পলাতক এটা আচামী সোনটি দাস।আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান অভিযান।