ভাদ মাহৰ পহিলা দিনটোত হৰি নামেৰে মুখৰিত হৈ পৰিল টেঙাপুখুৰীৰ দুৱৰাগাঁও 

অসমৰ সমাজ জীৱনত ভাদক পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয় । পৰম আৰাধ্য শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি আদি বিভিন্ন পাৰ্ৱণেৰে মুখৰিত হৈ পৰা ভাদ মাহে আমাৰ সমাজ জীৱনত সঞ্চাৰ কৰি আহিছে আধ্যাত্মিকতা আৰু ভক্তিচেতনা ।নাম-প্ৰসংগ,হৰিধ্বনি আৰু ঐতিহ্য-পৰম্পৰাৰে উখল-মাখল হৈ উঠা এই মনোমোহা পৰিৱেশে জুৰ পেলায় আমাৰ মন-প্ৰা

ৰাজ্যৰ প্ৰতিটো নামঘৰ, সত্ৰানুষ্ঠানতৰ লগতে নাজিৰা সমষ্টিৰ দুৱৰাগাঁও ৰ নামঘৰতো টো আজি এই পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোত পুৱাই ভাগৱত ভ্ৰমণৰ পাছত ভকত বৈষ্ণৱ, আই মাতৃয়ে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তোলে

মৃত্যুঞ্জয় দাস, সোণাৰি।।ণ।