আজি শ্বহীদ দিৱস,ৰহা সমজিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰাৰ সমান্তৰালকৈ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ স্থিত শ্বহীদ বেদীৰ সন্মুখত সন্ধ্যা বীৰ শ্বহীদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰে।এই উপলক্ষে ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ভাগ্যশ্ৰী মুদৈ,উপ সভাপতি ৰাকেশ গাঁওখোৱা সহ প্ৰতিনিধি উপস্থিত থকাৰ লগতে ৰহা মহাবিদ্যালয় স্থিত শ্বহীদ বেদী সন্মুখত ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু আছু গোটে বন্তি প্ৰজ্বলন কৰে আৰু চাপৰমুখ ত চাপৰমুখ শাখা ছাত্ৰ সন্থাই শ্বহীদ বেদী সন্মুখত বন্তি প্ৰজ্বলন কৰি বীৰ শ্বহীদ সকলক স্মৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NCRB Report: देश में हर दिन हो रही 78 हत्याएं, व्यक्तिगत दुश्मनी के बढ़े मामले; पढ़ें एनसीआरबी के ताजा आंकड़े
NCRB Report on Crime देश में बढ़ते अपराधिक मामलों को लेकर राष्ट्रीय अपराध रिकॉर्ड ब्यूरो के...
Gujarati Movie "Dhaman" l Interview with Aarjav Trivedi | Katha Patel @Divyang News Official
Gujarati Movie "Dhaman" l Interview with Aarjav Trivedi | Katha Patel @Divyang News Official
America के India-Canada relations पर इस बयान से खुश हो जाएंगे Justin Trudeau?
America के India-Canada relations पर इस बयान से खुश हो जाएंगे Justin Trudeau?
મહુવા ગૌરક્ષક ગ્રુપ દ્વારા ખરેડ રોડની પડતર જમીનમાં 10 ગાયમાતા અને 6 નંદી મહારાજને સમાધિ અપાઈ.
મહુવા ગૌરક્ષક ગ્રુપ દ્વારા ખરેડ રોડની પડતર જમીનમાં 10 ગાયમાતા અને 6 નંદી મહારાજને સમાધિ અપાઈ.