অসমীয়া জাতীয় জীৱনৰ আতাইতকৈ পবিত্ৰ মাহ হৈছে ভাদ মাহ আৰু আজি ভাদ মাহৰ প্ৰথমটো দিন। আজিৰে পৰা হৰি নামৰ অমল ধ্বনিত মুখৰিত হব ৰাজ্যৰ সত্ৰ নামঘৰ। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানটো ভাদ মাহ উপলক্ষে পুৱাৰে পৰা ভকত বৈষ্ণৱৰ আগমন ঘটিছে আৰু বটদ্রৱা থান পৰম্পৰাগত নামকীৰ্ত্তনৰে মুখৰিত হৈ পৰিছে।উল্লেখ্য যে ভাদ মাহ উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত নামকীৰ্তন আৰু আধ্যাত্মিক পৰিবেশৰ মাজৰে দ্বিতীয় বৈকুণ্ঠ পূৰীলৈ পৰিণত হয়। সত্রীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ শ্রীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্রৱাত পবিত্ৰ ভাদ মাহ উপলক্ষে থানত সমগ্ৰ মাহজুৰি পুৱাৰে পৰা মাজনিশালৈ ওঠৰ প্রসঙ্গৰে মুখৰিত হৈ থাকিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આઝાદી75માં અમૃત મહોત્સવ અંતર્ગત રાજ્યમાં સ્વતંત્ર દિવસની કરાઇ ધામધૂમપૂર્વક ઉજવણી
આઝાદી75માં અમૃત મહોત્સવ અંતર્ગત રાજ્યમાં સ્વતંત્ર દિવસની કરાઇ ધામધૂમપૂર્વક ઉજવણી
Foods for Gut Health: गर्मियों में रखना चाहते हैं अपना पाचन दुरुस्त, तो इन फूड्स को जरूर करें डाइट में शामिल
गर्मी में खुद को ठंडा रखने के लिए हम आईसक्रीम जैसे कई फूड्स खाते हैं जो हमारी सेहत खासकर पाचन के...
Sri Lanka Road Accident: भारतीय मूल की ऑस्ट्रेलियाई महिला की सड़क हादसे में मौत, बेटी समेत दो लोग हुए घायल
श्रीलंका में एक सड़क हादसे में भारतीय मूल की 67 वर्षीय ऑस्ट्रेलियाई नागरिक की मौत हो गई है।...
MCN NEWS| पैठण येथे राज्यस्तरीय पेंशनर्स मेळावा आणि पुरस्कार वितरणचे आयोजन
MCN NEWS| पैठण येथे राज्यस्तरीय पेंशनर्स मेळावा आणि पुरस्कार वितरणचे आयोजन