ৰহা সৰাগাঁও নিবাসী তথা সাহিত্যিক, লেখক,কবি লক্ষী প্ৰসাদ ডেকালৈ সাহিত্যৰ ক্ষেত্ৰত দি অহা অবদানৰ বাবে আজি গুৱাহাটী জ্যোতি চিত্ৰবনত বিশ্ববৰন্য শিল্পী সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ওপজা মাহৰ পহিলা দিনত NEBCUS ৰ উদ্যোগত অনুষ্ঠিত ৯ম্ বাৰ্ষিক সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা ২০২৫প্ৰদান অনুষ্ঠানত সাহিত্য, সংস্কৃতি, ক্ৰীড়া, অভিনয় সহ বিভিন্ন ক্ষেত্ৰত অবদান দি অহা বিশিষ্ট ব্যক্তি সকলক বঁটা প্ৰদান কৰাৰ লগতে লক্ষী প্ৰসাদ ডেকা ক সাহিত্য শিৰোমনি বঁটা ২০২৫প্ৰদান কৰা হয়।