ৰহা নিবাসী তথা নাট আৰু অভিনয়ৰ ক্ষেত্ৰত দি অহা অবদানৰ বাবে ইন্দ্ৰ মোহন দাসক কলা সৌৰভ বঁটা ২০২৫প্ৰদান কৰা হৈছে।
গুৱাহাটী জ্যোতি চিত্ৰ বনত মাহেকীয়া আলোচনী আৰু দৈনিক বাতৰি কাকত নতুন স্বদেশ ৰ বৰ্ষপূৰ্তী আৰু বঁটা প্ৰদান অনুষ্ঠানত ইন্দ্ৰ মোহন দাসক কলা সৌৰভ বঁটা প্ৰদান কৰা হয়।