জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত সমাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাচনি পৰীক্ষা সন্দৰ্ভত এলানি গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। 

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে আদি কৰি উক্ত সভাত জিলা প্ৰশাসন তথা আৰক্ষী বিভাগৰ বিষয়ববীয়া সকল, জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল আৰু পৰীক্ষা কেন্দ্ৰসমূহৰ চুপাৰভাইজৰসকল উপস্থিত থাকে।

উপায়ুক্ত মহোদয়ে উপস্থিত সকলোৰে আগত চৰকাৰে এইক্ষেত্ৰত আগবঢ়োৱা নীতি নিৰ্দেশনাসমূহ বহলাই আলোচনা কৰে আৰু সকলোৰে সহযোগত সমগ্ৰ প্ৰক্ৰিয়াটোৰ সফলভাবে সমাপন কৰে।