সমাগত স্বাধীনতা দিৱস।

স্বাধীনতা দিৱস উপলক্ষে সকলো জিলাৰ প্ৰশাসনে প্ৰস্তুতি চলায়। সমান্তৰালকৈ মঙ্গলদৈ কাছাৰী ময়দানত চলি আছে কাম কাজ। এজাক বৰষুণৰ ফলতে ডুব যাই কাছাৰী ময়দানৰ পথাৰ খন। সেই সময়মতে পথাৰ খনত মাটি পেলোৱা কাম চলি আছে তৃব্ৰ গতিত। দৰং জিলাৰ উপায়ুক্তৰ পনৱ কুমাৰ শৰ্মাৰ তত্ত্বাৱধানত হৈ আছে মাটৰ কাম। এই দৃশ্য মঙ্গলদৈ কাছাৰী ময়দানৰ।