সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ মীন উন্নয়ন বিষয়া পৰীক্ষাত উওিৰ্ন হৈ ৰহা,চাপৰমুখ লৈ গৌৰৱ কঢিয়াই অনা চাপৰমুখ আটিগাঁও নিবাসী তথা চাপৰমুখ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুপ কান্ত বৰা আৰু জিলি বৰাৰ সু সন্তান ঈশান বৰাই উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা ৰ বাবে ৰহা আঞ্চলিক ছাত্ৰ সন্থা, চাপৰমুখ পতঞ্জলি যোগ সমিতি সহ অনুষ্ঠান প্ৰতিষ্ঠান আৰু স্থানীয় ৰাইজে সম্বৰ্ধনা জনোৱা ৰ সমান্তৰালকৈ আজি ভাৰতীয় জীবন বীমা নিগম,নগাঁও জিলা শাখাৰ অন্তৰ্গত ৰহা প্ৰিমিয়াম পইন্টৰ স্বতাধিকাৰী সুভাষ কুমাৰ বৰা ই বিয়লী ঈশান ৰ ঘৰত উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা ৰ লগতে এখন গ্ৰন্থ আৰু ঘডী প্ৰদান কৰে।