চৰাইদেউ জিলাৰ মহিলা মৰ্চাৰ উদ্যোগত আৰু মৰাণ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত সহযোগত অহিল্যাবাঈ হোলকা দেৱীৰ ৩০০তম জন্ম জয়ন্তী পালন কৰা হয়।তেওঁ আছিল মালৱা ৰাজ্যৰ হল্কাৰ ৰাণী।শক্তিশালী নেতৃত্ব, সামৰিক কৌশল , আৰু দাতব্য কামত ব্যাপক অৱদানৰ বাবে পৰিচিত।১৭৬৭- ১৭৯৫ পৰ্য্যন্ত মালৱাৰ শাসন কৰিছিল।তেওঁৱেই মহিলাৰ সৱলীকৰণৰ কাৰণে প্ৰথম কাম আৰম্ভ কৰিছিল।এই জন্মজয়ন্তী কাৰ্য্যসূচীত উপস্থিত থাকে চৰাইদেউ জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিং, মৰাণ মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী গীতামণি চিৰিং, মৰান মণ্ডলৰ সভাপতি হিমাংশু গগৈ।, পৌৰপতি অৰূপদত্তকে আদিকৰি বহুসংখ্যক বিষয়-ববীয়া দলীয় কাৰ্য্যকৰ্তাআৰু ৰাইজ উপস্থিত থাকে।
চৰাইদেউ জিলাৰ মহিলা মৰ্চাৰ উদ্যোগত আৰু মৰাণ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত সহযোগত অহিল্যাবাঈ হোলকা দেৱীৰ ৩০০তম জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলী
