১১জুন তাৰিখে ধূলা থানাৰ অন্তৰ্গত  কিশোৰী ছোৱালী এজনীৰ হত্যাৰ তদন্তৰ গাফিলতিৰ বাবে মূখ্যমন্ত্ৰীয়ে দৰঙৰ আৰক্ষী অধীক্ষক,উপ আৰক্ষী অধীক্ষক, ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,সহ চাৰি জনকৈ আৰক্ষী বিষয়াক নিলম্বন নিৰ্দেশ প্ৰদান কৰিছিল। Case no.114/2022 U/S- 376/302 IPC Dhula Thana

ইয়াৰ পাছতেই বিষয়টিৰ সবিশেষ তদন্তৰ বাবে মূখ্যমন্ত্ৰীয়ে পাঁচ জনীয়া S I T কমিটিৰ গঠন কৰিছিল।

মঙলদৈ আৰক্ষীৰ guest house ত আহি উপস্থিত SIT দলটো ৷ IGPদেৱৰাজ উপাধ্যায়ৰ নেতৃত্বত ইন্দ্ৰানী বৰুৱা Deputy inspector of police (CID), কল্যাণ ফুকন Superintendent of police(CID) Crime against children, Inspector Ariful haque(CID), Sub-Inspector Mahadeb Hira (OC -Kharupitia) 

তদন্তকাৰী বিষয়া দেৱৰাজ উপাধ্যায়ে তদন্তৰ খাতিৰত সাংবাদিকক বিশেষ বাখ্যা নকৰিলে যদিও বিষয়টি আৰক্ষীৰ আবেগৰ লগত জৰিত হৈ আছে লগতে দোষীয়ে উপযুক্ত শাস্তি পাব বুলি জনালে ৷