আজি মৰাণ নগৰৰ জ্যোতিপুৰ অঞ্চলৰ বিষ্ণু ৰাম শৰ্মা পথৰ উপ-পথটিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে । পঞ্চদশ বিত্তীয় আয়োগৰ ২০২৩-২৪ বৰ্ষৰ অনিৰ্ধাৰিত পুঁজিৰে প্ৰাক কলন ব্যয় ৬,৬৮০০০.০০ টকাৰে আধাৰশিলা স্থাপন কৰা হয়।এই আধাৰশিলা কাৰ্য্যসূচীত মৰাণ নগৰৰ পৌৰপতি অৰূপ দত্ত, উপ-পৌৰপতি উদয় শংকৰ গগৈ, প্ৰশাসনিক বিষয়া ধ্ৰুবজ্যোতি পাদুন, আৰ্বান টেকনিকেল অফিচাৰ বিজেপিৰ মৰাণ নগৰৰ ২৬ নং বুথৰ সভাপতি বিজয় বৰুৱা, ৬নং ৱাৰ্ডৰ আয়ুক্ত হীৰামণি গোস্বামীকে ধৰি পৌৰসভাৰ বিষয়-ববীয়া আৰু অঞ্চলটোৰ কেইবাগৰাকী।গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહિલાઓ દ્વારા વિવિધ વ્યવસાયલક્ષી કોર્સમાં પ્રવેશ માટે ઓનલાઇન અરજી કરી શકાશે
*મહિલા ઔદ્યોગિક તાલીમ સંસ્થા, દાહોદ ખાતે વિવિધ વ્યવસાય લક્ષી કોર્સમાં પ્રવેશ માટે ઓનલાઇન અરજી કરી...
प्रा सुषमाताई अंधारेवर टिका करणा-या ढोंगी वारकरी संप्रदायाला दशरथ सुरडकर यांचे सडेतोड उत्तर*
प्रा सुषमाताई अंधारेवर टिका करणा-या ढोंगी वारकरी संप्रदायाला दशरथ सुरडकर यांचे सडेतोड...
तंजानिया से जयशंकर ने चीन पर साधा निशाना, कहा- दोहन करने वाली आर्थिकी नहीं है भारत
तंजानिया के दार-अस-सलाम में चीन पर निशाना साधते हुए विदेश मंत्री एस. जयशंकर ने कहा कि कुछ देशों...