শ্বহীদ ভৱনত আৱদ্ধ সহস্ৰাধিক আছুকৰ্মী।

কা বিৰোধী আন্দোলন কৰিবলৈ উলাই আহিছিল ছাত্ৰ কৰ্মী সকল।

নেছ'ৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কা বিৰোধী আন্দোলনে যাতে ৰাজপথ উত্তাল কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে উজান বজাৰৰ শ্বহীদ ভৱন।