ডবকাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিৰো প্ৰতিবাদ৷ 

দুই ঘন্টীয়া অৱস্থান ধৰ্মঘাটেৰে অৰ্ধ শতাধিক যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে সাৱ্যস্ত কৰে এই প্ৰতিবাদ ৷ 
তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম মান শ্ৰেণীলৈকে ইংৰাজী ভাষাত অংক আৰু বিজ্ঞান বিষয়ত  পাঠদ