বৃহস্পতি বাৰে ছটাকৈ জাতীয় সংগঠনৰ নেতা-কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সম আয়ুক্তৰ কাৰ্য্যলয় ঘেৰাও কৰে ।কেইবাটাও জাতীয় সংগঠন একত্ৰিত হৈ যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰে।সমবায় সমিতিৰ মাটিদখলক কেন্দ্ৰ কৰি এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি চব্বিশ ঘণ্টাৰ সময় সীমা বান্ধি দিলে সংগঠনে। স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জিলা আয়ুক্তলৈ। অতি শ্ৰীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ দাবী।