শিৱসাগৰত ৰাইজৰ দলৰ বিশাল সাংগাঠনিক সমাবেশ।সোমবাৰে অনুষ্ঠিত এই বিশাল কাৰ্য্যসূচীত অংশ গ্ৰহন ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক অখিল গগৈ।শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ ষ্টেচন চাৰি আলিত অৱস্থিত টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰত আয়োজন কৰা ৰাইজৰ দলৰ সাং গাঠনিক সমাবেশ আৰু যোগদান সমাৰোহত শিৱসাগৰ জিলাৰ মগৰাহাট, কোৱামৰা, শলগুৰি, ৰংপুৰ আদিকৰি বিভিন্ন গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোটাৰ ৰাইজে অং শ গ্ৰহন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বকোত শোকাৱহ পথ দুৰ্ঘটনা; মেজিকৰ খুন্দাত প্ৰাণ গ’ল এজন লোকৰ
বকোৰ কলহীকাষত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী টাটা মেজিকৰ খুন্দাত এজন পথচাৰী নিহত...
Bulldozer Action पर Supreme Court के फैसले पर बोले Akhilesh, कहा- बुलडोजर से डर पैदा होता है
Bulldozer Action पर Supreme Court के फैसले पर बोले Akhilesh, कहा- बुलडोजर से डर पैदा होता है
ડીસા બાર એસોસિયશન ના પ્રમુખની ચૂંટણી યોજાઈ..
ડીસા બાર એસોસિયેશન ના પ્રમુખ ની ચુંટણી યોજાઈ..
ડીસા બાર એસોસિયેશનની (ડીસા વકિલ મંડળ)...
ગીરમાં બારેમેધ ખાંગા:-ખોડિયાર ડેમમાં પાણીની સારીએવી આવક નોંધાઈ
ગીરમાં બારેમેધ ખાંગા:-ખોડિયાર ડેમમાં પાણીની સારીએવી આવક નોંધાઈ