তিনিচুকীয়া নগৰত বৃহৎ বৃহৎ গাঁত হোৱাৰ পাছতো পৌৰ সভাই গুৰুত্ব আৰোপ কৰা নাই। বৃহৎ গাঁতবোৰ বিপদজনক হৈ পৰিছে। ৰাইজে মেৰামতি নিৰ্মাণ কৰিবলৈ দাবী জনাই অহাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই। বিষয়টোৰ ক্ষেত্ৰত তিনিচুকীয়া প্ৰশাসনক ৰাইজে দৃষ্টি গোচৰ কৰিছে।