২৪ ছেকেণ্ডৰ এটি ভিডিঅ, সামাজিক মাধ্যমত এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে । অভিযোগ উত্থাপন হৈছে ৰাষ্ট্ৰীয় সংগীত বিকৃত ৰূপ দিয়াৰ। কোনো অনুষ্ঠানত ঝুমুৰ গীতত ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক জয় হে ব্যৱহাৰ কৰাৰ বাবে এই প্ৰতিক্ৰিয়াৰ সৃষ্টি সামাজিক মাধ্যমত।