ছিপাঝাৰৰ দুমুনিচকীত পথ দুৰ্ঘটনা। আজি ছিপাঝাৰৰ দুমুনিচকীত এক পথ দূৰ্ঘটনা সংঘটিত হয়। গুৱাহাটী অভিমুখী দুয়োখন বাহন। আগত আহি আছিল পালছৰ দুচকীয়া বাহন। বাহন খনৰ নম্বৰ AS 25 R 2722 পিছফালৰ পৰা আহি আছিল এখন বলেনো বাহন। বাহন খনৰ নম্বৰ AS 01 DA 3150 পিছফালৰ পৰা আহি থকা বলেনো বাহনখনে দুচকীয়া বাহন খনত খুন্দা মাৰে যাৰ ফলত বাইক আৰোহীজন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকে ততাতয়াকৈ ছিপাঝাৰ সামুহিক উপ স্বাস্থ্য কেন্দ্ৰলৈ পঠাই দিয়ে। সঘনাই এই পথচোৱাত দুৰ্ঘটনা হোৱা কাৰণ ৰাইজে পথটো ঠেক হোৱা বুলি উল্লেখ কৰিছে। গুৰুতৰভাৱে আঘাপ্ৰাপ্ত হোৱা লোকজনৰ নাম বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ સિવિલ હોસ્પિટલમાં ૧૨૪ મું અંગદાન, અત્યારસુધીમાં ૧૨૪ અંગદાનમાં ૪૦૦ અંગો મળ્યા, ડૉ રાકેશ જોશી
અમદાવાદ સિવિલ હોસ્પિટલમાં ૧૨૪ મું અંગદાન, અત્યારસુધીમાં ૧૨૪ અંગદાનમાં ૪૦૦ અંગો મળ્યા, ડૉ રાકેશ જોશી
Rahul Gandhi का Flying Kiss वाला Viral Video झूठा है? Loksabha सचिवालय ने पूरा सच बता दिया
Rahul Gandhi का Flying Kiss वाला Viral Video झूठा है? Loksabha सचिवालय ने पूरा सच बता दिया
या प्राण्याला लागली चहाची गोडी...पंढरपूरच्या या टपरीवर रोज येतो...
या प्राण्याला लागली चहाची गोडी...पंढरपूरच्या या टपरीवर रोज येतो...
Indian Driving License: भारतीय ड्राइविंग लाइसेंस से किन देशों में चला सकते हैं कार, जानें डिटेल
Indian Driving License के जरिए दुनिया के 200 देशों में से कुछ देशों में कार को चलाया जा सकता है।...
ગુરુમંદિર આગથળાથીહિંગળાજ માના મંદિર14 વિધાનસભાયુથ કોંગ્રેસ દ્વારા પદયાત્રાનું આયોજન કરેલ છે લાખણી
ગુરુમંદિર આગથળાથીહિંગળાજ માના મંદિર14 વિધાનસભાયુથ કોંગ્રેસ દ્વારા પદયાત્રાનું આયોજન કરેલ છે લાખણી