দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যত তিনিদিনীয়াকৈ পালন কৰিলে আজাদী কী অমৃত মহোৎসৱ। ৭৬ সংখ্যক স্বাধীনতা দিৱসটি চৰকাৰী-বেচৰকাৰী প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। ৰটাৰী ক্লাৱ গোলাঘাটেও ব্যতিক্ৰমী ধৰণেৰে উদযাপন কৰে দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। ৰটাৰী ক্লাৱে সোমবাৰে গোলাঘাট নগৰৰ দুখনকৈ বৃদ্ধাশ্ৰমত উপস্থিত হৈ খাদ্য সামগ্ৰীকে ধৰি অন্যান্য যাৱতীয় সামগ্ৰী বিতৰণ কৰে। ক্লাৱৰ বিষয়ববীয়াসকলে প্ৰথমে নগৰখনৰ বেঙেনাখোৱাস্থিত ‘আমাৰ ঘৰ’ বৃদ্ধাশ্ৰমত উপস্থিত যাৱতীয়া সা-সামগ্ৰী বিতৰণ কৰাৰ পিছত নগৰখনৰ আন এখন বৃদ্ধাশ্ৰম ‘শান্তি আলয়’ত উপস্থিত হৈ অনুৰূপ ধৰণে খাদ্য-সামগ্ৰী বিতৰণ কৰে।
ইয়াৰ পিচতেই বিয়লিভাগত গোলাঘাটৰ প্ৰবীণ সাংবাদিক তথা ধনশিৰি সাপ্তাহিক কাকতৰ স্বত্বাধিকাৰ অপূৰ্ব কুমাৰ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
উক্ত কাৰ্যসূচীত ৰটাৰী ক্লাৱ গোলাঘাটৰ সভাপতি অমৃত কুমাৰ হাজৰিকা, সম্পাদক ড০ মিনোৱাৰা বেগম, ক্লাৱৰ চাৰ্টাৰ সভাপতি পূৰ্ণানন্দ বৰুৱাৰ উপৰিও ক্লাৱৰ অন্যান্য বিষয়ববীয়াক্ৰমে ড০ লুকুমণি গোস্বামী, প্ৰবীণ কুমাৰ বাগাৰীয়া, ইন্দিৰা গগৈ, সীমাৰেখা নাথ, চৈয়দ চাদিকুৰ ৰহমান, অশোক নৌকা, বিকাশ জালান, অনন্যা গোস্বামী, অৰ্চনা বৰা, বুলি গগৈ, ৰেমশ গুপ্তা, পলাশ সন্দিকৈ আদি উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cash For Questions Row: 'महुआ मोइत्रा से पूछे अनैतिक सवाल', एथिक्स कमेटी की बैठक में जबरदस्त बवाल
नई दिल्ली। टीएमसी सांसद महुआ मोइत्रा आज Cash For Query मामले में संसद की आचार समिति के सामने...
સરકારી માધ્યમિક અને ઉચ્ચત્તર માધ્યમિક શિક્ષક સંઘ દ્વારા પીએમ શ્રી મોડેલ સ્કુલ રતનપુરાને જિલ્લાની શ્રેષ્ઠ સરકારી શાળા જાહેર કરવામાં આવી તેમજ ડીસાના ધારાસભ્ય પ્રવિણભાઈ માળી અને સંઘના પ્રમુખ ડો. એસ. ડી. જોષી સાહેબ તેમજ કિરીટભાઈ પટેલ દ્વારા
સરકારી માધ્યમિક અને ઉચ્ચત્તર માધ્યમિક શિક્ષક સંઘ દ્વારા પીએમ શ્રી મોડેલ સ્કુલ રતનપુરાને જિલ્લાની...
हिमाचल में 3.75 लाख लोगों ने मनाया New Year का जश्न, मनाली के मालरोड पर DJ की धुन पर थिरके लोग; होटल रहे पैक
नववर्ष का स्वागत करने के लिए हिमाचल के पर्यटन स्थलों में 3.75 लाख से अधिक पर्यटक पहुंचे। यह दो...