হোজাইত কঁপিলী নদীত নিৰুদেশ এটি ৬ বছৰীয়া শিশু।দৰ্জিছিট অঞ্চলৰ কঁপিলী নদীত মাতৃ সৈতে গা ধুব গৈ পানীত ধুব যায় নিৰুদেশ হৈ আছে শিশুটি।নিৰুদেশ হৈ থকা শিশুটিৰ নাম আয়ান ছিদ্দিক।বৰ্তমান আৰক্ষী আৰু SDRF বাহিনীয়ে শিশুটিৰ সন্ধানত কঁপিলী নদীত চলাই আছে উদ্ধাৰ অভিযান।