হাজোৰ বৰ্ণিত নৃশংস হত্যাকাণ্ড।
যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামী ছফিকুল হকৰ।যৌতুকৰ দাবীৰে শাৰীৰিক অত্যাচাৰ চলাই আহিছিল স্বামী পৰিয়ালে।দোষীক ফাঁচীৰ দাবী বোৱাৰীগৰাকীৰ মাতৃগৃহৰ।ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল