বাংগালুৰুত অসমীয়া অভিযন্তাৰ ৰহস্যজনক মৃত্যু। ৮ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু অভিযন্তাৰ। মৃত্যু হোৱা অভিযন্তাগৰাকীৰ নাম ত্রিদীপ কোঁৱৰ।অভিযন্তা হিচাপে কৰ্মৰত আছিল বাংগালুৰুত।অভিযন্তাগৰাকীৰ ঘৰ নাৰায়ণপুৰত