স্থায়ী শান্তি বিচাৰি নগালেণ্ডৰ ন্যাচাত ৰাইজৰ প্ৰতিবাদ।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

সমগ্ৰ দেশে আজি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডত ব্যাপক প্ৰতিবাদ।

নগালেণ্ডৰ মন জিলাৰ ন্যাছাত আজি পুৱতি নিশা সেনা-NSCN(K)ৰ মাজত সংঘটিত সংঘৰ্ষৰ পাছতে এই প্ৰতিবাদ।

সেনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত নাগালেণ্ডৰ মন জিলাৰ স্থানীয় লোকৰ।

নগালেণ্ডত শান্তি বিঘ্নিত কৰাৰ অভিযোগ সেনাৰ বিৰুদ্ধে।

ইফালে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত সংঘটিত অ'টিং কাণ্ডৰ সন্দৰ্ভতো ক্ষোভ প্ৰকাশ নাগালেণ্ডৰ স্থানীয় লোকৰ।

নগালেণ্ডত স্থায়ী শান্তি কামনা কৰিয়েই আজি প্ৰতিবাদ সাব্যস্ত কৰে পাহাৰীয়া ৰাজ্য খনৰ লোকসকলে।