মাজুলীত স্বাধীনতা দিৱসৰ দিনা আটক ড্ৰাগছ আসক্ত যুৱক আৰু ব্যৱসায়ী

উজনি মাজুলীৰ মোৱামাৰিৰ হেম পেগুৰ পুত্ৰ দীপ পেগুক ঘৰতেই ড্ৰাগছ দিবলৈ অহা দিগন্ত দলেক দীপ পেগুৰ পত্নীয়ে গাঁওবাসীৰ সহযোগত আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ 

নিজ স্বামীৰ বদ অভ্যাস এৰুৱাবৰ বাবে আৰক্ষীক গটালে নিজ স্বামীক ৷

হিৰইণ আৰু চিৰিঞ্জ দীগন্তই দীপক যোগান ধৰা বুলি মন্তব্য ড্ৰাগছ আসক্তৰ