মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়িত শিৱসাগৰ বিদ্যুত বিভাগৰউপ-সংমণ্ডল কাৰ্য্যালয়ৰ সন্মুখত ।স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিকবিদ্যুত মাচুল বৃদ্ধি কৰিজনসাধাৰণক শোষন কৰাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।। ,