হোজাইত খোজকাঢ়ি গৈ থকা মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়িলে দুৰ্বৃত্তই।পুৰনি বজাৰৰ সাহাপত্তি অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।শেফালী দাস নামৰ মহিলা গৰাকী বজাৰলৈ বুলি ওলাই অহাত ঘৰৰ পৰা প্ৰায় এশ মিটাৰ দূৰত্বত ই ৰিক্সাত অহা দুৰ্বৃত্তই লুটি নিয়ে সোনৰ চেইনডাল।ই ৰিক্সাত অহা দুই দুৰ্বৃত্তই ঘটনাটো সংঘটিত কৰিয়েই কৰিছে পলায়ন।। ইফালে এই ঘটনাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে দুৰ্বৃত্তৰ নাই কোনো সন্ধান। ফলত পথেৰে অকলসৰে খোজ কাঢ়ি যোৱা মহিলা যুৱতী সকল হৈ পৰিছে আতংকিত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા: ક્રાઈમ બ્રાન્ચ દ્વારા વિદેશી દારૂના ગુનામાં સંડોવાયેલા વોન્ટેડ આરોપીને ઝડપી પાડવામાં આવ્યો
વડોદરા: ક્રાઈમ બ્રાન્ચ દ્વારા વિદેશી દારૂના ગુનામાં સંડોવાયેલા વોન્ટેડ આરોપીને ઝડપી પાડવામાં આવ્યો
ৰহা কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান।
ৰহা কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী ৰ উদ্যোগত,কপিলী প্ৰাথমিক শিক্ষক সমাজ ৰ সহযোগত আৰু কপিলী...
Chandrayaan 3 Landing पर PM Modi ने BRICS सम्मेलन में क्या कहा?
Chandrayaan 3 Landing पर PM Modi ने BRICS सम्मेलन में क्या कहा?
দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশত উদযাপন কৰা হৈছে শিশু দিৱসৰ
দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশত উদযাপন কৰা হৈছে শিশু দিৱসৰ
પાલીતાણા તલાટી મંત્રીઓ દ્વારા તિરંગા યાત્રા કાઢવામાં આવી
પાલીતાણા તલાટી મંત્રીઓ દ્વારા તિરંગા યાત્રા કાઢવામાં આવી