ৰাজ্য চৰকাৰে মুক্তিযোদ্ধাসকলক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিহপুৰীয়া-নাৰায়ণপুৰ মুক্তি যুজাৰু সন্মিলনে ৷ সন্মিলনে আজি হাৰমতী পিচলা উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাধীনতা দিৱস উদ্যাপন কৰি ৰাজ্য চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে প্ৰতিগৰাকী মুক্তিযুজাৰুক স্বাধীনতা দিৱস উপলক্ষ্যে ঘৰে ঘৰে গৈ প্ৰশাসনৰ লোকে চিলিকনৰ নিম্নমানৰ পতাকা প্ৰদান কৰিছে ৷ এনে স্বাধীনতা সংগ্ৰাম আছে যিসকলে আজিও খাদী বস্ত্ৰ পৰিধান কৰি আহিছে ৷ সেইসকলক চিলিকনৰ পতাকা উপহাৰ স্বৰুপে প্ৰদান কৰি অপমান কৰা বুলি মন্তব্য কৰে জিলা সমিতিখনৰ সম্পাদক প্ৰশান্ত ভূঞাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બામરોલીમાં 400 વર્ષ થી યોજાય છે મહાકાળી માતાજીની પલ્લી
#buletinindia #gujarat #viramgam
Arvind Kejriwal Resign News: केजरीवाल के घर पहुंचे सिसोदिया और राघव चड्ढा, बैठक खत्म | Aaj Tak
Arvind Kejriwal Resign News: केजरीवाल के घर पहुंचे सिसोदिया और राघव चड्ढा, बैठक खत्म | Aaj Tak
Kerala: 13 साल की भारतीय लड़की का कमाल, अफ्रीका की सबसे ऊंची चोटी Mount Kilimanjaro को किया फतह
Anna Mary conquered Mount Kilimanjaro: केरल की एक 13 साल की लड़की ने अफ्रीका की सबसे ऊंची...
Singapore: भारतीय मूल के सिंगापुर मंत्री पर लगा भ्रष्टाचार का आरोप, पढ़ें कौन हैं एस ईश्वरन
नई दिल्ली, सिंगापुर के प्रधानमंत्री ली सीन लूंग ने कहा कि उन्होंने देश के परिवहन मंत्री एस....